দেশ

ডিগাৰুত কলকাতা–ছাইৰাং এক্সপ্ৰেছৰ লাইনচ্যুতৰ ঘটনাত ৮জন আহত, চিকিৎসাৰ অন্তত সকলোকে মুকলি

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

ডিগাৰু ষ্টেচনত কলকাতা–ছাইৰাং এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ ঘটনাত ৮জন লোক আহত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

২ / ৫

গুৱাহাটী, ১১ নৱেম্বৰ: অসমৰ ডিগাৰু ৰে’ল ষ্টেচনত কলকাতা–ছাইৰাং এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ ঘটনাত আঠজন লোক আহত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

৩ / ৫

চিকিৎসালয়ৰ নথি অনুসৰি, আহতসকলৰ ভিতৰত পাঁচজন পুৰুষ আৰু তিনিগৰাকী মহিলা আছে।

৪ / ৫

আহতসকলৰ ভিতৰত আছে হোজাইৰ ৰামপুৰ বস্তিৰ ২৯ বছৰীয়া নীতিশ কুমাৰ ৰায় আৰু ৩৩ বছৰীয়া অক্ষয় চক্ৰৱৰ্তী।

৫ / ৫

ইয়াৰ উপৰি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বানিয়ামাৰী পাৰ্ট-১ৰ ৪০ বছৰীয়া কালিমুদ্দিন আৰু ৩৫ বছৰীয়া মমতাজ বেগম, কোকৰাঝাৰ জিলাৰ আলোপাৰাৰ ২৮ বছৰীয়া জিমি বৰ্মন, বগৰীবাৰীৰ ৩০ বছৰীয়া নুজাহান বিবি…

ডিগাৰুত কলকাতা–ছাইৰাং এক্সপ্ৰেছৰ লাইনচ্যুতৰ ঘটনাত ৮জন আহত, চিকিৎসাৰ অন্তত সকলোকে মুকলি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক