অসম

২৮ নৱেম্বৰলৈ স্থগিত কামতাপুৰ আন্দোলন

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

অসম চৰকাৰে আলোচনাৰ বাবে সংশ্লিষ্ট পৰিষদক আমন্ত্ৰণ জনোৱাৰ পিছতে কামতাপুৰ আন্দোলন ২৮ নৱেম্বৰলৈ স্থগিত ৰখা হৈছে।

২ / ৫

কোকৰাঝাৰ, ১১ নৱেম্বৰ: অসম চৰকাৰে আলোচনাৰ বাবে সংশ্লিষ্ট পৰিষদক আমন্ত্ৰণ জনোৱাৰ পিছতে কামতাপুৰ আন্দোলন ২৮ নৱেম্বৰলৈ স্থগিত ৰখা হৈছে।

৩ / ৫

নিজৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত কোচ-ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিবাদকাৰীসকলে ১১ নৱেম্বৰত কোকৰাঝাৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অনিৰ্দিষ্টকালীন অৱৰোধ কাৰ্যসূচী ৰূপায়ণৰ প্ৰস্তুতি চলাইছিল।

৪ / ৫

এই কাৰ্যসূচীক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়।

৫ / ৫

ইয়াৰ মাজতে ৰাজ্য চৰকাৰে সংশ্লিষ্ট পৰিষদক আলোচনাৰ বাবে আমন্ত্ৰণ জনায়।

২৮ নৱেম্বৰলৈ স্থগিত কামতাপুৰ আন্দোলন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক