উত্তৰ-পূৰ্বাঞ্চল

ত্ৰিপুৰাৰ ৫ পৌৰ নিকায়ত বিজেপিৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে ৭৭খন আসন

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

ত্ৰিপুৰাৰ পাঁচখন পৌৰ নিকায়ত বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৭৭খন আসন লাভ কৰিছে।

২ / ৫

আগৰতলা, ১১ নৱেম্বৰ: ত্ৰিপুৰাৰ পাঁচখন পৌৰ নিকায়ত বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৭৭খন আসন লাভ কৰিছে।

৩ / ৫

বিজেপিয়ে মোহনপুৰ, কমলপুৰ, জিৰানিয়া, ৰাণীৰবজাৰ আৰু শান্তিৰবজাৰ পৌৰ নিকায়ৰ অন্তৰ্গত এই আসনকেইখন বিনা প্ৰতিদ্বন্দ্বিতাৰে লাভ কৰিছে।

৪ / ৫

আগৰতলা পৌৰ নিগমসহ ৰাজ্যখনৰ ২১খন পৌৰ নিকায়ৰ মুঠ ৩৪৫খন আসনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন আছিল ৭ নৱেম্বৰ।

৫ / ৫

ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, বিজেপিয়ে সৰ্বাধিক ৩৪২গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

ত্ৰিপুৰাৰ ৫ পৌৰ নিকায়ত বিজেপিৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে ৭৭খন আসন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক