আন্তঃৰাষ্ট্ৰীয়

ৰাৱালপিণ্ডিত গুলীবিদ্ধ হৈ টেলিভিছন সংবাদ পাঠিকা ৰাবিয়া আহছানৰ মৃত্যু

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

সন্ধিয়াৰ বুলেটিন পঢ়ি ঘৰলৈ উভতাৰ পাছতে গুলীবিদ্ধ হৈ মৃত্যু পাকিস্তানী টিভি এংকৰ ৰাবিয়া আহছানৰ।

২ / ৫

ৰাৱালপিণ্ডি: পাকিস্তানৰ ৰাৱালপিণ্ডিত নিজ বাসভৱনত গুলীবিদ্ধ হৈ মৃত্যু হৈছে ৪১ বছৰীয়া টেলিভিছন সংবাদ পাঠিকা তথা অনুষ্ঠান সঞ্চালিকা ৰাবিয়া আহছানৰ।

৩ / ৫

ৰাৱালপিণ্ডিৰ আদিয়ালা ৰোডৰ গুলছনাবাদ অঞ্চলত থকা বাসভৱনত সংঘটিত হয় এই ঘটনা।

৪ / ৫

সন্ধিয়াৰ বুলেটিন পঢ়ি নিশা প্ৰায় ৮ বজাত ঘৰলৈ উভতি অহাৰ পাছতে সংঘটিত হয় এই ঘটনা।

৫ / ৫

আৰক্ষীৰ মতে, প্ৰাথমিক জেৰাত আহছান তাহিৰ খানে পিষ্টলটো নাড়াচাড়া কৰি থকা অৱস্থাত হঠাতে গুলী ওলাই যোৱা বুলি দাবী কৰিছে।

ৰাৱালপিণ্ডিত গুলীবিদ্ধ হৈ টেলিভিছন সংবাদ পাঠিকা ৰাবিয়া আহছানৰ মৃত্যু

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক