দেশ

২০১৭ৰ পূৰ্বে শাসনৰ গাদীত বহি আছিল মুন্না ভাই-মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

২০১৭ চনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ চৰকাৰী নিযুক্তি ব্যৱস্থাত দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন কৰি পূৰ্বৰ চৰকাৰসমূহক সমালোচনা কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

২ / ৫

‘২০১৭ৰ পূৰ্বে চৰকাৰী নিযুক্তি ব্যৱস্থাত সক্ৰিয় আছিল মুন্না ভাইসকল’, পূৰ্বৰ চৰকাৰক লক্ষ্য যোগীৰ২০১৭ চনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ চৰকাৰী নিযুক্তি ব্যৱস্থাক লৈ পূৰ্বৰ চৰকাৰসমূহক তীব্ৰ সমালোচনা…

৩ / ৫

বুধবাৰে লক্ষ্ণৌত ১,১৪৬গৰাকী নৱনিযুক্ত কনিষ্ঠ সহায়কক নিযুক্তি পত্ৰ প্ৰদানৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।

৪ / ৫

যোগী আদিত্যনাথৰ অভিযোগ অনুসৰি, ২০১৭ চনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ নিযুক্তি প্ৰক্ৰিয়া একাংশ ছিণ্ডিকেটৰ নিয়ন্ত্ৰণত আছিল।

৫ / ৫

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘২০১৭ৰ পূৰ্বে চৰকাৰী ব্যৱস্থা আৰু নিযুক্তি প্ৰক্ৰিয়াত মুন্না ভাইসকল সক্ৰিয় আছিল।

২০১৭ৰ পূৰ্বে শাসনৰ গাদীত বহি আছিল মুন্না ভাই-মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক