অসম

মুখ্যমন্ত্ৰীক লৈ আপত্তিজনক মন্তব্যৰ অভিযোগত অসমীয়া যুৱক তেলেংগানাত গ্ৰেপ্তাৰ

NewzNow · ২৫ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

মুখ্যমন্ত্ৰী আৰু চৰকাৰী আঁচনিৰ হিতাধিকাৰী মহিলাসকলক লৈ সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত অনুৰাগ অসম ওৰফে পুষ্প দাসক তেলেংগানাৰ মহেশ্বৰমৰ পৰা গ্ৰেপ্তাৰ কৰিছে বিশ্বনাথ জিলা আৰক্ষীয়ে

২ / ৫

অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ হিতাধিকাৰী মহিলাসকলক লৈ সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত অনুৰাগ অসম ওৰফে পুষ্প দাসক তেলেংগানাৰ মহেশ্বৰমৰ পৰা গ্ৰেপ্তাৰ কৰিছে বিশ্বনাথ…

৩ / ৫

আৰক্ষীৰ তথ্য অনুসৰি, গহপুৰ থানাৰ অন্তৰ্গত নিগম পশ্চিম লাইনৰ বাসিন্দা অনুৰাগ অসমে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰিত হৈছিল।

৪ / ৫

আৰক্ষীৰ মতে, অভিযুক্তজন যোৱা প্ৰায় ১২ বছৰ ধৰি তেলেংগানাৰ মহেশ্বৰমত বাস কৰি আছিল।

৫ / ৫

ইয়াৰ উপৰি, অভিযুক্তজনৰ বিৰুদ্ধে চৰকাৰী আঁচনিৰ হিতাধিকাৰী মহিলাসকলক লৈ কৰা আপত্তিজনক মন্তব্যৰ সন্দৰ্ভতো এখন এজাহাৰ লাভ কৰা হৈছে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।

মুখ্যমন্ত্ৰীক লৈ আপত্তিজনক মন্তব্যৰ অভিযোগত অসমীয়া যুৱক তেলেংগানাত গ্ৰেপ্তাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক