দেশ

কুলগামত চিআৰপিএফৰ টহলদাৰী দললৈ গুলীচালনা, আহত ৩ জোৱান

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ নোৱপোৰা-আখৰানত সন্ত্ৰাসবাদীৰ গুলীচালনাত চিআৰপিএফৰ তিনিজন জোৱান আহত হৈছে।

২ / ৫

শ্ৰীনগৰ, ১১ নৱেম্বৰ: জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সন্ত্ৰাসবাদীৰ গুলীচালনাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চমুকৈ চিআৰপিএফৰ তিনিজন জোৱান আহত হৈছে।

৩ / ৫

প্ৰাপ্ত তথ্য অনুসৰি, কুলগাম জিলাৰ মীৰ বজাৰৰ সমীপৰ নোৱপোৰা-আখৰান অঞ্চলত চিআৰপিএফৰ এটা টহলদাৰী দলক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে।

৪ / ৫

গুলীচালনাত আহত তিনিজন চিআৰপিএফ জোৱানক চিকিৎসাৰ বাবে অনন্তনাগ জিলাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

৫ / ৫

ঘটনাৰ পাছতে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি আক্ৰমণকাৰীৰ সন্ধানত তালাচী অভিযান আৰম্ভ কৰে।

কুলগামত চিআৰপিএফৰ টহলদাৰী দললৈ গুলীচালনা, আহত ৩ জোৱান

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক