অসম

মাকুম বাইপাছত ধান ক্ৰয় কেন্দ্ৰ উদ্বোধন কৃষি মন্ত্ৰী পিযুষ হাজৰিকাৰ

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

তিনিচুকীয়াৰ মাকুম বাইপাছৰ জিৰ’ পইণ্টস্থিত মাকুম PPCত কৃষি মন্ত্ৰী পীযূষ হাজৰিকাই আনুষ্ঠানিকভাৱে ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰে।

২ / ৫

কৃষকৰ মুখত হাঁহি বিৰিঙোৱাৰ লক্ষ্যৰে মাকুমত আৰম্ভ হ’ল এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

৩ / ৫

চৰকাৰৰ নূন্যতম সমৰ্থিত মূল্যত ধান ক্ৰয়ৰ জৰিয়তে কৃষক ৰাইজৰ সৰ্বাংগীন উন্নয়ন তথা প্ৰক্ৰিয়াটোক অধিক গতিশীল কৰাৰ লক্ষ্যৰে আজি তিনিচুকীয়াৰ মাকুম বাইপাছ জিৰ' পইণ্টস্থিত মকুম পি পি চি ত কৃষি…

৪ / ৫

এই উপলক্ষে আজি ‘ধান ক্ৰয় নিৰীক্ষণ সমিতিৰ সভা’ তথা ‘ধান ক্ৰয় সম্পৰ্কীয় সজাগতা সভাৰ আয়োজন কৰা হয়।

৫ / ৫

এই অনুষ্ঠানত কৃষকসকলৰ কষ্টোপাৰ্জিত উৎপাদিত ধানৰ উচিত মূল্য সুনিশ্চিত কৰাৰ লক্ষ্যৰে এইবাৰ প্ৰতি কুইণ্টল ধানৰ ন্যূনতম সমৰ্থন মূল্য চৰকাৰৰ দ্বাৰা ২৬৪০ টকা নিৰ্ধাৰণ কৰা হৈছে।

মাকুম বাইপাছত ধান ক্ৰয় কেন্দ্ৰ উদ্বোধন কৃষি মন্ত্ৰী পিযুষ হাজৰিকাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক