অসম

বজ্ৰপাতত তিনিজনৰ মৃত্যু, মহিলা আহত

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

ধুমুহা-বৰষুণৰ মাজতে গোৱালপাৰা, চাপৰ আৰু মৰিগাঁৱত বজ্ৰপাতত তিনিজনৰ মৃত্যু হৈছে।

২ / ৫

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা, বৰষুণ আৰু বজ্ৰপাতৰ ফলত তিনিজন লোকৰ মৃত্যু হৈছে।

৩ / ৫

গোৱালপাৰা জিলাৰ কুমৰী অঞ্চলত বুধবাৰে, ১১ নৱেম্বৰৰ পুৱা ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ যোৱা ১৯ বছৰীয়া আতাবুল ইছলামৰ বজ্ৰপাতত মৃত্যু হয়।

৪ / ৫

ইফালে, চাপৰৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ড গাঁৱত বজ্ৰপাতত বাছেৰ আলী নামৰ এজন যুৱকৰ মৃত্যু হয়।

৫ / ৫

মৰিগাঁৱৰ পশ্চিম অঞ্চলত প্ৰচণ্ড বৰষুণৰ সময়ত বজ্ৰপাতত মণিৰাম ডেকা নামৰ এজন লোকৰ মৃত্যু হয়।

বজ্ৰপাতত তিনিজনৰ মৃত্যু, মহিলা আহত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক