অসম

মৈৰাবাৰীত অবৈধ কাৰ্যকলাপ বন্ধৰ দাবীত প্ৰশাসনক কঠোৰ সকীয়নি মুছলিম ছাত্ৰ সন্থাৰ

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

মৈৰাবাৰী, লাহৰিঘাট, ভূৰাগাঁও আৰু হাহচৰা অঞ্চলত অবৈধ কাৰ্যকলাপ বন্ধৰ দাবীত মুছলিম ছাত্ৰ সন্থাই মৰিগাঁও জিলা প্ৰশাসনক স্মাৰক-পত্ৰ প্ৰদান ।

২ / ৫

মদ, ড্ৰাগছ, ভাং, তীৰ-জুৱাকে ধৰি বিভিন্ন অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত সৰৱ হৈ পৰিছে মুছলিম ছাত্ৰ সন্থা।

৩ / ৫

মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক আৰু সমজিলা আয়ুক্তলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰত মৈৰাবাৰী, লাহৰিঘাট, ভূৰাগাঁও আৰু হাহচৰা অঞ্চলত মদ, ড্ৰাগছ, ভাং, তীৰ-জুৱা আদিৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ…

৪ / ৫

সংগঠনটোৰ অভিযোগ অনুসৰি, অঞ্চলকেইটাত দীৰ্ঘদিন ধৰি বিভিন্ন অবৈধ কাৰ্যকলাপ চলি আহিছে।

৫ / ৫

স্মাৰক-পত্ৰৰ জৰিয়তে অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে সংগঠনটোৱে।

মৈৰাবাৰীত অবৈধ কাৰ্যকলাপ বন্ধৰ দাবীত প্ৰশাসনক কঠোৰ সকীয়নি মুছলিম ছাত্ৰ সন্থাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক