অসম

ফাঁচীবজাৰত যুৱ ব্যৱসায়ীক ছুৰীকাঘাতৰ অভিযোগ

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

গুৱাহাটীৰ ফাঁচীবজাৰত পদপথৰ এজন অসমীয়া যুৱ ব্যৱসায়ীক দোকানত আবদ্ধ কৰি প্ৰহাৰ আৰু ছুৰীকাঘাত কৰাৰ অভিযোগ উঠিছে।

২ / ৫

গুৱাহাটী: মহানগৰীৰ ফাঁচীবজাৰত পদপথৰ এজন অসমীয়া যুৱ ব্যৱসায়ীক দোকানৰ ভিতৰত আবদ্ধ কৰি প্ৰহাৰ কৰাৰ লগতে ছুৰীকাঘাত কৰাৰ অভিযোগ উঠিছে।

৩ / ৫

ফাঁচীবজাৰস্থিত ‘বম্বে বিউটি বজাৰ’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে।

৪ / ৫

অভিযোগ অনুসৰি, নিশা পদপথত ব্যৱসায় কৰি থকা যুৱকজনক বলপূৰ্বকভাৱে দোকানখনৰ ভিতৰলৈ টানি নিয়া হয়।

৫ / ৫

ঘটনাক কেন্দ্ৰ কৰি ফাঁচীবজাৰ অঞ্চলত উত্তেজনাৰ সৃষ্টি হয়।

ফাঁচীবজাৰত যুৱ ব্যৱসায়ীক ছুৰীকাঘাতৰ অভিযোগ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক