অসম

ভুৱা দশম শ্ৰেণীৰ প্ৰমাণপত্ৰেৰে একাদশত ৪,৯৩৪ শিক্ষাৰ্থীৰ নামভৰ্তি

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

চিআইএছচিইৰ নামত ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি একাদশ শ্ৰেণীত নামভৰ্তিৰ অভিযোগ।

২ / ৫

গুৱাহাটী, ১১ নৱেম্বৰ: চিআইএছচিইৰ নামত জাৰি হোৱা বুলি কোৱা ভুৱা দশম শ্ৰেণীৰ উত্তীৰ্ণ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি অসমৰ ৪,৯৩৪জন শিক্ষাৰ্থীয়ে একাদশ শ্ৰেণীত নামভৰ্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

৩ / ৫

পৰিষদে ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিবলৈ প্ৰেৰণ কৰা পত্ৰত জনাইছে যে, ২০২৫-২৬ শিক্ষাবৰ্ষত একাদশ শ্ৰেণীত নামভৰ্তি কৰা ২,০৮৩জন আৰু ২০২৬-২৭ শিক্ষাবৰ্ষত নামভৰ্তি কৰা…

৪ / ৫

চিআইএছচিইৰ সৈতে সংযুক্ত বিদ্যালয়ৰ তালিকা পৰীক্ষা কৰি পৰিষদে অসম আৰু অৰুণাচল প্ৰদেশত এনে বিদ্যালয়ৰ সংখ্যা মাত্ৰ ২৮খন বুলি জানিব পাৰিছে।

৫ / ৫

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে, ঘটনাটোৰ তদন্ত চিআইডিয়ে চলাইছে।

ভুৱা দশম শ্ৰেণীৰ প্ৰমাণপত্ৰেৰে একাদশত ৪,৯৩৪ শিক্ষাৰ্থীৰ নামভৰ্তি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক