ক্ৰীড়া

জাগুনত একাদশ সংখ্যক মেজৰ দুৰ্গা মল্লা গোৰ্খা কাপ ফুটবল প্ৰতিযোগিতা সফল সামৰণি

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

জাগুনৰ ৬ মাইল ৰামপুৰ খেলপথাৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ টিৰাপ–জাগুন আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত একাদশ সংখ্যক মেজৰ দুৰ্গা মল্লা জিলা পৰ্যায়ৰ গোৰ্খা কাপ ফুটবল প্ৰতিযোগিতা ২০২৬ৰ আড়ম্বৰপূৰ্ণ…

২ / ৫

Newz Now সেৱা, জাগুন, ১২ নৱেম্বৰ:- অসম–অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল ৬ মাইল ৰামপুৰস্থিত জাগুন খেলপথাৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU)ৰ টিৰাপ–জাগুন আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ…

৩ / ৫

ভাৰতৰ স্বাধীনতা সংগ্ৰামী তথা শ্বহীদ মেজৰ দুৰ্গা মল্লাৰ স্মৃতিত AAGSUৰ তিৰাপ–জাগুন আঞ্চলিক সমিতিয়ে প্ৰতিবছৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে।

৪ / ৫

মহিলা শাখাৰ ফাইনেল খেলখন ডিগবৈ মহিলা এফ চি আৰু ৰামপুৰ ছানছাইন এফ চিৰ মাজত অনুষ্ঠিত হয়।

৫ / ৫

আনহাতে, পুৰুষ শাখাৰ ফাইনেল খেলখন লালপাহাৰ এলোৱাৰ্ছ এফ চি আৰু এম জে ষ্ট্ৰাইকাৰ্ছ মাৰ্ঘেৰিটাৰ মাজত অনুষ্ঠিত হয়।

জাগুনত একাদশ সংখ্যক মেজৰ দুৰ্গা মল্লা গোৰ্খা কাপ ফুটবল প্ৰতিযোগিতা সফল সামৰণি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক