উত্তৰ-পূৰ্বাঞ্চল

অৰুণাচলৰ পাৰ্চি পাৰ্লোত ভয়ংকৰ অগ্নিকাণ্ড, ৩ শিশুসহ ৪জনৰ মৃত্যু; ভস্মীভূত ২৪টা বাসগৃহ

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

অৰুণাচল প্ৰদেশৰ পাৰ্চি পাৰ্লোত পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত ৩ শিশুসহ ৪ জনৰ মৃত্যু হৈছে।

২ / ৫

ইটানগৰ, ১২ নৱেম্বৰ: অৰুণাচল প্ৰদেশৰ কুৰুং কুমে জিলাৰ পাৰ্চি পাৰ্লো চহৰত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত তিনিটা শিশুসহ এগৰাকী মহিলাৰ মৃত্যু হৈছে।

৩ / ৫

বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ২ বজাত জুইৰ সূত্ৰপাত হয়।

৪ / ৫

দুৰ্গম পাৰ্চি পাৰ্লোত নিজা অগ্নিনিৰ্বাপক কেন্দ্ৰ নথকাত জুই নিয়ন্ত্ৰণৰ কামত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।

৫ / ৫

ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে।

অৰুণাচলৰ পাৰ্চি পাৰ্লোত ভয়ংকৰ অগ্নিকাণ্ড, ৩ শিশুসহ ৪জনৰ মৃত্যু; ভস্মীভূত ২৪টা বাসগৃহ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক