ফাঁচীবজাৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত পদপথৰ এজন যুৱ ব্যৱসায়ীক আবদ্ধ কৰি প্ৰহাৰ আৰু ছুৰিকাঘাত কৰাৰ অভিযোগ উঠিছে।
গুৱাহাটী, ১২ নৱেম্বৰ: মহানগৰীৰ ফাঁচীবজাৰত পদপথৰ এজন অসমীয়া যুৱ ব্যৱসায়ীক এখন দোকানৰ ভিতৰত আবদ্ধ কৰি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে ছুৰিকাঘাত বহিঃৰাজ্যৰ ব্যৱসায়ীৰ ।
ফাঁচীবজাৰস্থিত ‘বম্বে বিউটি বজাৰ’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে।
ইয়াৰ পাছত মালিকসহ পাঁচজনীয়া এটা দলে যুৱকজনক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ লগতে ছুৰিকাঘাত কৰে বুলি অভিযোগ কৰা হৈছে।
খবৰ পোৱাৰ পাছতে পাণবজাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
newznow.in