অসম

হাটশিঙিমাৰীত ২০২৭ চনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

মানকাচৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৩,১৩,৮৫৭ গৰাকী।

২ / ৫

হাটশিঙিমাৰী: দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত হাটশিঙিমাৰীস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি ২০২৭ চনৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা…

৩ / ৫

প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি, ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী জিলাখনৰ একমাত্ৰ বিধানসভা সমষ্টি মানকাচৰত মুঠ ভোটাৰৰ সংখ্যা ৩,১৩,৮৫৭ গৰাকী।

৪ / ৫

২০২৬ চনৰ চূড়ান্ত ভোটাৰ তালিকাৰ তুলনাত ২০২৭ চনৰ খচৰা ভোটাৰ তালিকাত জিলাখনত মুঠ ৩,৬২৪ গৰাকী নতুন ভোটাৰ বৃদ্ধি পাইছে।

৫ / ৫

জিলা আয়ুক্তগৰাকীয়ে জনোৱা মতে, খচৰা ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, সংশোধন অথবা কোনো ওজৰ-আপত্তি থাকিলে নাগৰিকসকলে ১১ ডিচেম্বৰলৈ নিৰ্ধাৰিত প্ৰ-পত্ৰৰ জৰিয়তে আবেদন জনাব পাৰিব।

হাটশিঙিমাৰীত ২০২৭ চনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক