অসম

ইংলেণ্ড ‘এ’ৰ বিপক্ষে ভাৰত ‘এ’ দলত উমা চেত্ৰী

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

ইংলেণ্ড ‘এ’ৰ বিপক্ষে মেচৰ বাবে ভাৰত ‘এ’ মহিলা দলত উইকেটকীপাৰ হিচাপে স্থান লাভ কৰিছে অসমৰ উমা চেত্ৰীয়ে।

২ / ৫

গুৱাহাটী: ইংলেণ্ড ‘এ’ৰ বিপক্ষে আগন্তুক মেচৰ বাবে ভাৰত ‘এ’ মহিলা দলত স্থান লাভ কৰিছে অসমৰ উইকেটকীপাৰ উমা চেত্ৰীয়ে।

৩ / ৫

১৯ ডিচেম্বৰৰ পৰা মুম্বাইত অনুষ্ঠিত হ’বলগীয়া এই মেচখনৰ বাবে উমাক উইকেটকীপাৰ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে।

৪ / ৫

ইফালে, ২০২৬-২৭ ছিজনৰ ছিনিয়ৰ মহিলা আন্তঃমণ্ডলীয় টি-২০ ট্ৰফীৰ বাবে পূব মণ্ডলৰ দলতো উমা চেত্ৰীসহ অসমৰ তিনিগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে।

৫ / ৫

আমণ্টিকা মুণ্ডাক সংৰক্ষিত খেলুৱৈৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

ইংলেণ্ড ‘এ’ৰ বিপক্ষে ভাৰত ‘এ’ দলত উমা চেত্ৰী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক