অসম

নাগালেণ্ডৰ পাদদেশীয় অঞ্চলত চন্দন খেতিৰ সম্ভাৱনা, ICFREৰ বিজ্ঞানীৰ ইতিবাচক মূল্যায়ন

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

অনুকূল আৰ্দ্ৰতা আৰু উৰ্বৰ মাটিৰ বাবে নাগালেণ্ডৰ পাদদেশীয় অঞ্চল চন্দন খেতিৰ উপযোগী বুলি মত প্ৰকাশ কৰিছে বিজ্ঞানীসকলে।

২ / ৫

ক’হিমা, ১২ নৱেম্বৰ: নাগালেণ্ডৰ পাদদেশীয় অঞ্চলসমূহত বাণিজ্যিকভাৱে চন্দন খেতি কৰাৰ যথেষ্ট সম্ভাৱনা আছে।

৩ / ৫

নাগালেণ্ডৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে ICFREৰ সহযোগত ৰাজ্যখনত চন্দন আৰু ৰঙা চন্দন (Red Sanders)ৰ বাণিজ্যিক খেতিৰ সম্ভাৱনা পৰীক্ষা কৰি আছে।

৪ / ৫

উল্লেখযোগ্য যে, ১০ নৱেম্বৰত ICFREৰ বিভিন্ন প্ৰতিষ্ঠানৰ বিজ্ঞানীৰ এটা দলে নাগালেণ্ডৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰিছিল।

৫ / ৫

এই গৱেষক দলটোত বেংগালুৰুৰ Institute of Wood Science and Technology (IWST), Institute of Forest Biodiversity (IFB) আৰু যোৰহাটৰ Rain Forest Research Institute (RFRI)ৰ বিজ্ঞানীসকল আছিল।

নাগালেণ্ডৰ পাদদেশীয় অঞ্চলত চন্দন খেতিৰ সম্ভাৱনা, ICFREৰ বিজ্ঞানীৰ ইতিবাচক মূল্যায়ন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক