অসম

মেঘালয়ত ৱাংলা উৎসৱৰ শুভাৰম্ভ, সহস্ৰ ঢোলৰ ছন্দত মুখৰ চিবাগ্ৰে

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

পশ্চিম গাৰো পাহাৰ জিলাৰ চিবাগ্ৰে গাঁৱত বুধবাৰে আৰম্ভ হৈছে ২০২৬ বৰ্ষৰ ৱাংলা উৎসৱ।

২ / ৫

তুৰা, ১২ নৱেম্বৰ: মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ চিবাগ্ৰে গাঁৱৰ ৱাংলা আদামত বুধবাৰে ২০২৬ বৰ্ষৰ ৱাংলা উৎসৱৰ শুভাৰম্ভ হয়।

৩ / ৫

তিনিদিনীয়া এই সাংস্কৃতিক উৎসৱত মেঘালয়ৰ আচিক বা গাৰো জনগোষ্ঠীৰ সমৃদ্ধ ঐতিহ্য, পৰম্পৰা আৰু স্বকীয় পৰিচয় তুলি ধৰা হ'ব।

৪ / ৫

জনগোষ্ঠীটোৰ পবিত্ৰ আচাৰ ‘চান্দাল গোৱা’ৰে উৎসৱৰ কাৰ্যসূচী আৰম্ভ হয়।

৫ / ৫

অনুষ্ঠানত মুখ্য অতিথি আৰু অন্যান্য বিশিষ্ট ব্যক্তিক স্মাৰক প্ৰদান কৰা হয়।

মেঘালয়ত ৱাংলা উৎসৱৰ শুভাৰম্ভ, সহস্ৰ ঢোলৰ ছন্দত মুখৰ চিবাগ্ৰে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক