ছুহেইল আহমদ ভাটৰ পেনাল্টি গ'ল আৰু প্ৰিয়াংশ ডুবেৰ শেষ মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰক্ষণেৰে মালদ্বীপক ১-০ গ'লত হৰুৱাই ছাফ চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে।
ঢাকা, ১১ নৱেম্বৰ: ছুহেইল আহমদ ভাটৰ ৩৮ মিনিটৰ পেনাল্টি গ'ল আৰু গ'লৰক্ষক প্ৰিয়াংশ ডুবেৰ শেষ মুহূৰ্তৰ কেইবাটাও ৰক্ষণেৰে ভাৰতে মালদ্বীপক ১-০ গ'লত পৰাস্ত কৰি ছাফ চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত…
বৰ্তমানৰ চেম্পিয়ন ভাৰত দলে গ্ৰুপ পৰ্যায়ত ৬ পইণ্টেৰে অভিযান সামৰিছে।
১৪ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া ছেমিফাইনেলত ভাৰতে বাংলাদেশ, ভূটান অথবা শ্ৰীলংকাৰ মুখামুখি হ'ব।
পাকিস্তানক ৩-২ গ'লত পৰাস্ত কৰা দলটোৰ তুলনাত মুখ্য প্ৰশিক্ষক নৌশাদ মুছাই সাতটা পৰিৱৰ্তন কৰে।
newznow.in