শিলৰ কোৱেৰী আৰু ক্ৰেচাৰ পুনৰ মুকলি কৰি নাগালেণ্ডৰ পৰা বৈধভাৱে শিল সৰবৰাহৰ অনুমতি দিয়াৰ দাবীত শিৱসাগৰৰ দলমুখ চাৰিআলিত শতাধিক লোকৰ প্ৰতিবাদ।
শিৱসাগৰ, ১২ নৱেম্বৰ, ২০২৬: শিৱসাগৰত বৈধভাৱে শিল সৰবৰাহৰ অনুমতি বিচাৰি শতাধিক লোকৰ প্ৰতিবাদ ।
দলমুখ চাৰিআলিত শতাধিক লোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
অসম চৰকাৰে এতিয়ালৈকে বন্ধ কৰি ৰাখিছে নাগালেণ্ডৰ পৰা শিল সৰবৰাহৰ Road পাৰ্মিচন ।
প্ৰতিবাদকাৰীসকলৰ দাবী, অসম চৰকাৰে নাগালেণ্ডৰ পৰা শিল সৰবৰাহৰ বাবে প্ৰয়োজনীয় পথ-অনুমতি পুনৰ প্ৰদান কৰা নাই।
newznow.in