অসম

২০২৫ত অসমত হ*ত্যাৰ গোচৰ: ৮৫৮টা, গুৱাহাটীত সৰ্বাধিক; ২০২৬ৰ প্ৰথম পাঁচ মাহতে ৩০৯টা হ*ত্যা

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

২০২৫ চনত অসমত মুঠ ৮৫৮টা হত্যাৰ গোচৰ নথিভুক্ত হৈছিল।

২ / ৫

গুৱাহাটী, ১২ নৱেম্বৰ: অসমত হত্যাৰ গোচৰৰ সংখ্যাই উদ্বেগজনক ছবি দাঙি ধৰিছে।

৩ / ৫

২০২৫ চনৰ পৰিসংখ্যা অনুসৰি, গুৱাহাটীৰ পিছতে নগাঁৱত ৬১টা হত্যাৰ গোচৰ ৰুজু হৈছিল।

৪ / ৫

ইফালে, ২০২৬ চনৰ প্ৰথম পাঁচ মাহৰ পৰিসংখ্যাত তিনিচুকীয়া জিলাত সৰ্বাধিক ১৯টা হত্যাৰ গোচৰ ৰুজু হৈছে।

৫ / ৫

২০২২ৰ পৰা ২০২৪লৈ হ্ৰাস পাইছিল হত্যাৰ গোচৰ

২০২৫ত অসমত হ*ত্যাৰ গোচৰ: ৮৫৮টা, গুৱাহাটীত সৰ্বাধিক; ২০২৬ৰ প্ৰথম পাঁচ মাহতে ৩০৯টা হ*ত্যা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক