০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি নতুন ৰাজনৈতিক মিত্ৰজোঁট গঠন কৰিছে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন অ’ৱেইছী আৰু আজাদ সমাজ পাৰ্টি (কাংশীৰাম)ৰ সভাপতি তথা নগিনা সমষ্টিৰ সাংসদ চন্দ্ৰশেখৰ…
লক্ষ্ণৌ, ১২ নৱেম্বৰ: ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি নতুন ৰাজনৈতিক মিত্ৰজোঁট গঠন কৰিছে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন অ’ৱেইছী আৰু আজাদ সমাজ পাৰ্টি (কাংশীৰাম)ৰ সভাপতি তথা…
বৃহস্পতিবাৰে লক্ষ্ণৌত অনুষ্ঠিত এখন সংবাদমেলত দুয়োগৰাকী নেতাই মিত্ৰজোঁটৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
ঘোষণা অনুসৰি, চন্দ্ৰশেখৰ আজাদক উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপেও প্ৰক্ষেপ কৰা হৈছে।
এই মিত্ৰজোঁটৰ জৰিয়তে ৰাজ্যখনৰ দলিত আৰু সংখ্যালঘু ভোটাৰৰ সমৰ্থন একত্ৰিত কৰাৰ লক্ষ্য লৈছে দুয়োটা দলে।
newznow.in