দেশ

যৌন নিৰ্যাতনৰ অভিযোগৰ মাজতে কংগ্ৰেছৰ নিৰ্বাচনী সমিতিত মণিপুৰৰ সাংসদ বিমল আকোইজাম, কংগ্ৰেছক বিজেপিৰ সমালোচনা

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

মণিপুৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে গঠন কৰা তিনিখন গুৰুত্বপূৰ্ণ সমিতিত সাংসদ বিমল আকইজামক অন্তৰ্ভুক্ত কৰা হৈছে।

২ / ৫

নতুন দিল্লী, ১২ নৱেম্বৰ: যৌন নিৰ্যাতনৰ অভিযোগৰ সন্মুখীন হোৱা মণিপুৰৰ কংগ্ৰেছ সাংসদ তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (JNU) অধ্যাপক আংগোমচা বিমল আকোইজামক দলৰ নিৰ্বাচনী সমিতিত গুৰুত্বপূৰ্ণ…

৩ / ৫

জানিব পৰা মতে, JNUৰ ১১গৰাকী ছাত্ৰীয়ে সাংসদগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে।

৪ / ৫

কংগ্ৰেছে মণিপুৰৰ বাবে গঠন কৰা নিৰ্বাচনী আৰু প্ৰচাৰ সমিতিত আকোইজামক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে।

৫ / ৫

এই নিযুক্তিক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কংগ্ৰেছক সমালোচনা কৰে।

যৌন নিৰ্যাতনৰ অভিযোগৰ মাজতে কংগ্ৰেছৰ নিৰ্বাচনী সমিতিত মণিপুৰৰ সাংসদ বিমল আকোইজাম, কংগ্ৰেছক বিজেপিৰ সমালোচনা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক