বীৰ শ্বহীদ সুজিত নাৰ্জাৰী মেৰিট স্কলাৰশ্বিপৰ অধীনত ২০২৬ বৰ্ষৰ HSLC আৰু HSSLCৰ মেধাৱী শিক্ষাৰ্থীক ৩ লাখ আৰু ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান বিটিচি চৰকাৰৰ।
মেধাৱী শিক্ষাৰ্থীক উৎসাহিত কৰাৰ লক্ষ্যৰে বীৰ শ্বহীদ সুজিত নাৰ্জাৰী মেৰিট স্কলাৰশ্বিপৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰিলে বিটিচি চৰকাৰে।
কোকৰাঝাৰৰ চান্দামাৰীৰ কালচাৰেল কমপ্লেক্সত অনুষ্ঠিত অনুষ্ঠানত HSLC পৰীক্ষাৰ শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী, HSSLCৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰতিটোৰে শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী আৰু HSLCত…
আঁচনিখনৰ অধীনত HSLCৰ শিক্ষাৰ্থীসকলক ৩ লাখ টকাকৈ আৰু HSSLCৰ শিক্ষাৰ্থীসকলক ৫ লাখ টকাকৈ চেক প্ৰদান কৰা হয়।এই আঁচনিৰ অধীনত HSLC পৰীক্ষাত সৰ্বাধিক নম্বৰ লাভ কৰা শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী…
এইবাৰ কেৱল চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক আঁচনিখনৰ অধীনত সামৰি লোৱা হৈছে।
newznow.in