ৰাজনীতি

২০০৪ চনত প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ নকৰাৰ পাছতো ছোনিয়া গান্ধী ‘ছুপাৰ প্ৰধানমন্ত্ৰী’ আছিলঃ বিজেপি

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

২০০৪ চনত প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ নকৰাৰ পাছতো ইউপিএ চৰকাৰৰ সময়ত ছোনিয়া গান্ধীয়ে ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছিল বুলি অভিযোগ কৰিছে বিজেপিয়ে।

২ / ৫

নতুন দিল্লী, ১২ নৱেম্বৰ: কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ সদ্য প্ৰকাশিত আত্মজীৱনীক কেন্দ্ৰ কৰি বিজেপি আৰু কংগ্ৰেছৰ মাজত ৰাজনৈতিক বাকযুদ্ধ আৰম্ভ হৈছে।

৩ / ৫

বুধবাৰে নতুন দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত দলটোৰ সাংসদ তথা মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে ছোনিয়া গান্ধীৰ আত্মজীৱনী ‘বিলঙিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰসংগ উত্থাপন কৰি এই মন্তব্য…

৪ / ৫

ত্ৰিবেদীয়ে কয়, ২০০৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএৰ বিজয়ৰ পাছত ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।

৫ / ৫

প্ৰধানমন্ত্ৰীৰ পদ এৰি ‘ছুপাৰ প্ৰধানমন্ত্ৰী’ হোৱাটো কেনেধৰণৰ ত্যাগ আছিল, সেয়া বুজিবলৈ কঠিন।

২০০৪ চনত প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ নকৰাৰ পাছতো ছোনিয়া গান্ধী ‘ছুপাৰ প্ৰধানমন্ত্ৰী’ আছিলঃ বিজেপি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক