দেশ

পুৱাৰ খোজ কাঢ়িবলৈ গৈ সংজ্ঞাহীন জগদীপ ধনখড়, এআইআইএমএছত ভৰ্তি

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

পুৱাৰ খোজ কাঢ়িবলৈ গৈ সংজ্ঞাহীন হৈ পৰা প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক নতুন দিল্লীৰ এআইআইএমএছত ভৰ্তি কৰোৱা হৈছে।

২ / ৫

নতুন দিল্লী, ১২ নৱেম্বৰ: পুৱাৰ খোজ কাঢ়িবলৈ গৈ হঠাৎ সংজ্ঞাহীন হৈ পৰা ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক বুধবাৰে নতুন দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছে।

৩ / ৫

৭৫ বছৰীয়া ধনখড়ক চিকিৎসালয়খনৰ কাৰ্ডিঅ’-নিউৰ’ কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।

৪ / ৫

পুৱাৰ খোজ কাঢ়ি থকাৰ সময়তে ধনখড় হঠাৎ ঢলি পৰি কেইমিনিটমানৰ বাবে সংজ্ঞাহীন হৈ আছিল।

৫ / ৫

পৰৱৰ্তী সময়ত আইএলবিএছৰ চিকিৎসকৰ এটা দলে আৰু এআইআইএমএছৰ চিকিৎসক সন্দীপ ছেঠে তেওঁক চিকিৎসা প্ৰদান কৰে।

পুৱাৰ খোজ কাঢ়িবলৈ গৈ সংজ্ঞাহীন জগদীপ ধনখড়, এআইআইএমএছত ভৰ্তি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক