গুৱাহাটী বিমানবন্দৰৰ জৰিয়তে সাঁচি ৰপ্তানি সহজসাধ্য কৰা আৰু বিৰল মৃত্তিকা মৌলৰ অন্বেষণ-আহৰণক লৈ কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে আলোচনা কৰে জয়ন্ত মল্লবৰুৱাই।
নতুন দিল্লী, ১২ নৱেম্বৰ: অসমৰ মূল্যৱান সাঁচি (Agar) ৰপ্তানি গুৱাহাটী বিমানবন্দৰৰ জৰিয়তে অধিক সুচল কৰাৰ লগতে ৰাজ্যখনৰ খনিজ সম্পদৰ অন্বেষণ আৰু আহৰণৰ সম্ভাৱনাক লৈ কেন্দ্ৰীয় চৰকাৰৰ দুগৰাকী…
বিত্ত, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন তথা খনি আৰু খনিজ সম্পদ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নতুন দিল্লীত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱক সৌজন্যমূলক…
বিশেষকৈ অসমৰ সাঁচিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত থকা সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জৰিয়তে সাঁচি ৰপ্তানিৰ প্ৰক্ৰিয়া অধিক সুচল কৰাৰ বিষয়টোৱে…
ইয়াৰ উপৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি. কিষাণ ৰেড্ডীকো তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰে।
newznow.in