দেশ

মহিলা সংৰক্ষণ বিধেয়কক লৈ বিশেষ অধিৱেশনৰ চিন্তা কেন্দ্ৰৰ

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

লোকসভা আৰু ৰাজ্য বিধানসভাসমূহত মহিলাৰ বাবে সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ সংবিধান সংশোধনী বিধেয়ক আনিবলৈ বিশেষ অধিৱেশন আহ্বানৰ কথা চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

২ / ৫

নতুন দিল্লী, ১২ নৱেম্বৰ: লোকসভা আৰু ৰাজ্য বিধানসভাসমূহত মহিলাৰ বাবে সংৰক্ষণ কাৰ্যকৰী কৰাৰ পথ প্ৰশস্ত কৰিবলৈ সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰাৰ কথা বিবেচনা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

৩ / ৫

বিধেয়কখন গৃহীত কৰাৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাতকৈ ১৫ৰ পৰা ১৮টা ভোট অধিক লাভ কৰিব পাৰিব বুলি কেন্দ্ৰীয় চৰকাৰ আত্মবিশ্বাসী।

৪ / ৫

২০২৩ চনত সংসদে গৃহীত ১০৬ সংখ্যক সংবিধান সংশোধনী আইনৰ জৰিয়তে লোকসভা আৰু ৰাজ্য বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল।

৫ / ৫

ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ১৭ এপ্ৰিলত মহিলাৰ সংৰক্ষণ কাৰ্যকৰী কৰাৰ সৈতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো সংযুক্ত কৰি অনা এখন সংবিধান সংশোধনী বিধেয়ক লোকসভাত প্ৰয়োজনীয় দুই-তৃতীয়াংশ সমৰ্থন লাভ…

মহিলা সংৰক্ষণ বিধেয়কক লৈ বিশেষ অধিৱেশনৰ চিন্তা কেন্দ্ৰৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক