পাকিস্তানস্থিত গেংষ্টাৰ শ্বাহজাদ ভাট্টী আৰু আইএছআই-সংশ্লিষ্ট লোকৰ বিৰুদ্ধে ভাৰতীয় যুৱকসকলক উগ্ৰপন্থী কাৰ্যকলাপত জড়িত কৰাৰ অভিযোগত এনআইএয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
নতুন দিল্লী, ১২ নৱেম্বৰ: পাকিস্তানস্থিত গেংষ্টাৰ শ্বাহজাদ ভাট্টী আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে জড়িত লোকসকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভাৰতীয় যুৱকসকলক উগ্ৰপন্থী কাৰ্যকলাপৰ…
দেশত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ উদ্দেশ্যে যুৱকসকলক প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন হৈছে।
তদন্তকাৰী সংস্থাৰ অভিযোগ অনুসৰি, শ্বাহজাদ ভাট্টী, আবিদ জাট আৰু পাকিস্তানৰ কেইবাজনো উগ্ৰপন্থী ইউটিউবাৰে আইএছআইৰ নিৰ্দেশত ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভাৰতীয় যুৱকসকলক লক্ষ্য কৰি লৈছিল।
উত্তৰ প্ৰদেশৰ এজাহাৰত মহম্মদ হামাদ বাৰকতি, আবিদ জাট, মেজৰ হামিদ, মেজৰ ইকবাল আৰু মেজৰ আনোৱাৰৰ নামো আছে।
newznow.in