দেশ

জেনীৰ অভিযোগক বিজেপিয়ে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে: হৰক সিং ৰাৱট

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

পুৰণি যৌন নিৰ্যাতনৰ অভিযোগ পুনৰ উত্থাপন কৰি অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডত ন্যায়ৰ দাবীৰ পৰা জনতাৰ দৃষ্টি আঁতৰোৱাৰ চেষ্টা চলিছে বুলি ৰাৱটে অভিযোগ কৰে।

২ / ৫

ডেৰাডুন, ১২ নৱেম্বৰ: অসমৰ জেনী নামৰ এগৰাকী মহিলাই উত্থাপন কৰা পুৰণি যৌন নিৰ্যাতনৰ অভিযোগক বিজেপিয়ে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে বুলি অভিযোগ কৰিছে উত্তৰাখণ্ডৰ প্ৰাক্তন মন্ত্ৰী তথা…

৩ / ৫

বুধবাৰে সামাজিক মাধ্যমত প্ৰকাশ কৰা এক পোষ্টত ৰাৱটে কয় যে, অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ সৈতে জড়িত বুলি অভিযোগ উঠা ‘ভিআইপি’ ব্যক্তিগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত কংগ্ৰেছে সংগ্ৰাম…

৪ / ৫

প্ৰায় ২৩ বছৰ পুৰণি এই ঘটনাক কেন্দ্ৰ কৰি পুনৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে।

৫ / ৫

পৰৱৰ্তী সময়ত তেওঁ এটি সন্তান জন্ম দিছিল আৰু শিশুটিৰ পিতৃ ৰাৱট বুলি দাবী কৰিছিল।

জেনীৰ অভিযোগক বিজেপিয়ে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে: হৰক সিং ৰাৱট

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক