দেশ

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ৰোধৰ বাবে NTAৰ নতুন পদক্ষেপ, পৰ্যবেক্ষক হিচাপে নিযুক্তি দিব অৱসৰপ্ৰাপ্ত সামৰিক বিষয়াক

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

পৰীক্ষাৰ স্বচ্ছতা আৰু নিৰাপত্তা শক্তিশালী কৰিবলৈ এনটিএই অৱসৰপ্ৰাপ্ত সামৰিক আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বিষয়াসকলক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে।

২ / ৫

নতুন দিল্লী, ১২ নৱেম্বৰ: পৰীক্ষাৰ স্বচ্ছতা আৰু নিৰাপত্তা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA)-ই অৱসৰপ্ৰাপ্ত সামৰিক বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ…

৩ / ৫

NTAৰ ৭ নৱেম্বৰত প্ৰকাশিত আনুষ্ঠানিক জাননী অনুসৰি, সংস্থাটোৱে পৰীক্ষাসমূহৰ বাবে এক স্থায়ী আৰু আগতীয়াকৈ যাচাই কৰা পৰ্যবেক্ষকৰ তালিকা প্ৰস্তুত কৰিব বিচাৰিছে।

৪ / ৫

পৰীক্ষা কেন্দ্ৰত থাকিব স্বাধীন পৰ্যবেক্ষক

৫ / ৫

NTAৰ পৰিকল্পনা অনুসৰি, প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে এগৰাকী স্বাধীন পৰ্যবেক্ষক নিয়োগ কৰা হ’ব।

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ৰোধৰ বাবে NTAৰ নতুন পদক্ষেপ, পৰ্যবেক্ষক হিচাপে নিযুক্তি দিব অৱসৰপ্ৰাপ্ত সামৰিক বিষয়াক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক