অসম

কা আন্দোলনৰ সময়ত ‘মাজত পৰি একে ঠাইতে থাকি গ’লোঁ’ — মানস ৰবীনৰ মন্তব্য

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

কা আন্দোলনৰ সময়ত দুয়োফালৰ টনাটনিত পৰি একে ঠাইতে ৰৈ যোৱাৰ কথা ক’লে মানস ৰবীনে।

২ / ৫

কা আন্দোলনত ইফালে আহ ঐ আহ... সিফালে আহ ঐ আহ... মাজত পৰি একে ঠাইতে থাকি গলো মই।

৩ / ৫

মানস ৰবীনৰ ভাষ্য অনুসৰি, আন্দোলনৰ সময়ত আন বহুতে নিজৰ নিজৰ অৱস্থান তৈয়াৰ কৰি ল’লে।

৪ / ৫

বৰ্তমান আন্দোলনলৈ নোযোৱাৰ কথাও উল্লেখ কৰে সংগীতশিল্পীগৰাকীয়ে।

৫ / ৫

কা আন্দোলনৰ সময়ৰ অভিজ্ঞতা আৰু জুবিন গাৰ্গৰ প্ৰতি নিজৰ অৱস্থানক লৈ মানস ৰবীনৰ এই মন্তব্যই চৰ্চা লাভ কৰিছে।

কা আন্দোলনৰ সময়ত ‘মাজত পৰি একে ঠাইতে থাকি গ’লোঁ’ — মানস ৰবীনৰ মন্তব্য

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক