তুৰাত ৱাংলা উৎসৱৰ সোণালী জয়ন্তীত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম-মেঘালয়ৰ ঐতিহাসিক, সাংস্কৃতিক আৰু আৱেগিক সম্পৰ্কৰ কথা উল্লেখ কৰে।
তুৰা, ১২ নৱেম্বৰ: অসম আৰু মেঘালয়ৰ মাজৰ সম্পৰ্ক কেৱল ভৌগোলিক সীমাৰ মাজতে সীমাবদ্ধ নহয়; দুয়োখন ৰাজ্যৰ মাজত ইতিহাস, সংস্কৃতি আৰু আৱেগৰ গভীৰ সম্পৰ্ক আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…
বৃহস্পতিবাৰে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ গাৰো হেৰিটেজ ভিলেজত অনুষ্ঠিত গাৰো জনগোষ্ঠীৰ পৰম্পৰাগত ৱাংলা উৎসৱৰ সোণালী জয়ন্তী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে…
৫০ সংখ্যক ৱাংলা উৎসৱত প্ৰায় ১,০০০টা ঢোল আৰু ২,০০০ নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰে।
নতুন প্ৰজন্মই নিজৰ মাতৃভাষা, পৰম্পৰা আৰু সাংস্কৃতিক পৰিচয় সংৰক্ষণ কৰাৰ লগতে আধুনিক শিক্ষা, প্ৰযুক্তি আৰু কৰ্মসংস্থাপনৰ সুযোগ গ্ৰহণ কৰি আগবাঢ়িব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।
newznow.in