চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান, চাহ জনগোষ্ঠীক জনজাতিকৰণ আৰু দৈনিক মজুৰি বৃদ্ধিৰ দাবীত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ই ৰাজ্যজুৰি ৰূপায়ণ কৰে দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী।
মাকুম, ১২ নৱেম্বৰঃ চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান, চাহ জনগোষ্ঠীক জনজাতিকৰণ আৰু দৈনিক মজুৰি বৃদ্ধিৰ দাবীত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ই ৰাজ্যজুৰি ৰূপায়ণ কৰে দুই ঘণ্টীয়া…
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত আটছা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য কনক কুৰ্মী, তিনিচুকীয়া জিলাৰ শিক্ষা সম্পাদক কাৰ্ত্তিক তাঁতী,কাৰ্যনিৰ্বাহক সদস্য দয়াৰাম ভক্তা,মাকুম শাখা সমিতিৰ সভাপতি ৰবি…
আটছাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে মাকুমতো প্ৰতিবাদ সাব্যস্ত কৰা হয়।
আটছা মাকুম শাখা সমিতিৰ উদ্যোগত আৰু সমূহ উপ-শাখা সমিতিৰ সহযোগত মাকুম সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
newznow.in