ক্ৰীড়া

আফগানিস্তানক ৮ উইকেটত হৰুৱাই ফাইনেলত ভাৰত; খিতাপৰ যুঁজত মুখামুখি হ'ব পাকিস্তানৰ

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

আফগানিস্তানক ৮ উইকেটত পৰাস্ত কৰি অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ ফাইনেলত উঠিল ভাৰত।

২ / ৫

আল আমেৰাত, ১২ নৱেম্বৰ: অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ ছেমিফাইনেলত আফগানিস্তানক ৮ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় দলে।

৩ / ৫

ভাৰতৰ অধিনায়ক লক্ষ ৰাইচান্দানীয়ে ৯০টা বলত ৯৩ ৰানৰ ইনিংছ খেলে।

৪ / ৫

ছেহৱাগ আউট হোৱাৰ পিছত ভি কে বিনীয়ে অধিনায়ক লক্ষৰ সৈতে গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ে।

৫ / ৫

ইয়াৰ পূৰ্বে টছত জয়ী হৈ আফগানিস্তানে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল।

আফগানিস্তানক ৮ উইকেটত হৰুৱাই ফাইনেলত ভাৰত; খিতাপৰ যুঁজত মুখামুখি হ'ব পাকিস্তানৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক