ডিগবৈ মহাবিদ্যালয়ত ভাৰত-ম্যানমাৰ সীমান্ত বাণিজ্য আৰু সম্পৰ্ক বিষয়ক আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
ডিগবৈ, ১২ নৱেম্বৰ: ভাৰত আৰু ম্যানমাৰৰ মাজত সীমান্ত বাণিজ্য তথা দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্ব সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে আজি ডিগবৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ত এখন…
মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ উদ্যোগত আৰু অসম চৰকাৰৰ এক্ট ইষ্ট পলিচি পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়।
প্ৰতিযোগিতাখনত প্ৰথম স্থান অধিকাৰ কৰে ডিগবৈ মহাবিদ্যালয়ৰ প্ৰিয়ম দাস আৰু ময়ূখমলি দেৱে।
প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত বিজয়ীসকলৰ মাজত বঁটা বিতৰণ কৰে মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড° পবন গগৈ, নডেল বিষয়া ড° মুকুন্দ মাধৱ গগৈ আৰু সহকাৰী অধ্যাপক ড°…
newznow.in