অসম

ফাঁচী বজাৰত ছুৰিকাঘাত, তিনিজন আহত; তিনিজনক গ্ৰেপ্তাৰ

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

গুৱাহাটীৰ ফাঁচী বজাৰৰ কামাৰপট্টীত দুটা গোটৰ মাজত সংঘৰ্ষৰ পিছত তিনিজন লোক আহত হৈছে।

২ / ৫

গুৱাহাটী, ১২ নৱেম্বৰ: গুৱাহাটীৰ ফাঁচী বজাৰৰ কামাৰপট্টী এলেকাত দুটা গোটৰ মাজত হোৱা তৰ্কই সংঘৰ্ষৰ ৰূপ লোৱাত ছুৰিকাঘাতৰ ঘটনা সংঘটিত হয়।

৩ / ৫

১১ নৱেম্বৰৰ নিশা প্ৰায় ৮.৩০ বজাত কামাৰপট্টীৰ বম্বে বিউটি বজাৰৰ সন্মুখত এই ঘটনা ঘটে।

৪ / ৫

অভিযোগ অনুসৰি, পথৰ কাষৰ এখন দোকানৰ কৰ্মচাৰীক বম্বে বিউটি বজাৰৰ ভিতৰলৈ টানি নি প্ৰহাৰ কৰা হয়।

৫ / ৫

আহতসকলক ছামিৰ আহমেদ, জাহিদ আলম মজুমদাৰ আৰু সৌৰভ আলি বুলি চিনাক্ত কৰা হৈছে।

ফাঁচী বজাৰত ছুৰিকাঘাত, তিনিজন আহত; তিনিজনক গ্ৰেপ্তাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক