অসমত শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত আৰু এন আৰ চি পুনৰ পৰীক্ষাৰ দাবী জনাইছে উৎপল শৰ্মাই।
গুৱাহাটী, ১২ নৱেম্বৰ: অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়া ৰূপায়ণৰ দাবী উত্থাপন কৰিছে উৎপল শৰ্মাই।
উৎপল শৰ্মাই কয়, অসমৰ মানুহে অসম আন্দোলনৰ সময়তেই এছ আই আৰৰ কথা শুনিছে।
অসম আন্দোলনৰ সময়ৰ পৰাই ভোটাৰ তালিকাৰ পৰা অবৈধ বিদেশী নাগৰিকৰ নাম কৰ্তনৰ দাবী উত্থাপন হৈ আহিছে বুলি অভিযোগ কৰি তেওঁ কয়, হিন্দু বা মুছলমান ধৰ্ম নিৰ্বিশেষে সকলো অবৈধ বাংলাদেশী নাগৰিকৰ নাম…
এন আৰ চি পুনৰ পৰীক্ষাৰ দাবীৰ সমৰ্থনত সদৌ অসম ছাত্ৰ সন্থাই পূৰ্বেও বিভিন্ন সময়ত আবেদন দাখিল কৰি আহিছে বুলিও তেওঁ জনায়।
newznow.in