অসম

উপিপিএলৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশন, অংশ ল’ব ৩ হাজাৰৰো অধিক প্ৰতিনিধিয়ে

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

ওদালগুৰি জিলাৰ খাগ্ৰাবাৰী জনতা হাইস্কুলৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হ’ব ইউপিপিএলৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশন।

২ / ৫

খাগ্ৰাবাৰী, ১৩ নৱেম্বৰ: ওদালগুৰি জিলাৰ বিহেৰগাঁৱৰ খাগ্ৰাবাৰী জনতা হাইস্কুলৰ খেলপথাৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (UPPL)ৰ পঞ্চম ত্ৰিবাৰ্ষিক…

৩ / ৫

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ বিভিন্ন জিলাৰ লগতে দলটোৰ জিলা, ব্লক আৰু প্ৰাথমিক পৰ্যায়ৰ প্ৰতিনিধিসকলৰ আগমনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আয়োজক সমিতিয়ে।

৪ / ৫

১৩ নৱেম্বৰত দলীয় পতাকা উত্তোলনেৰে প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হ’ব।

৫ / ৫

ইউপিপিএলৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰতিনিধি অধিৱেশন উদ্বোধন কৰিব।

উপিপিএলৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশন, অংশ ল’ব ৩ হাজাৰৰো অধিক প্ৰতিনিধিয়ে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক