অসম

ডিগবৈ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচন সম্পন্ন, সভানেত্ৰী তনুশ্ৰী চাংমাই আৰু সম্পাদিকা জুপিতৰা গগৈ

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

ডিগবৈ মহিলা মহাবিদ্যালয়ৰ ২০২৬–২৭ বৰ্ষৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচনত তনুশ্ৰী চাংমাই সভানেত্ৰী আৰু জুপিতৰা গগৈ সাধাৰণ সম্পাদিকা নিৰ্বাচিত হয়।

২ / ৫

ডিগবৈ, ১৩ নৱেম্বৰ: ডিগবৈ মহিলা মহাবিদ্যালয়ৰ ২০২৬–২৭ বৰ্ষৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচন সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে অনুষ্ঠিত হয়।

৩ / ৫

নিৰ্বাচনত উপ-সভানেত্ৰী হিচাপে কৰ্ণালী শইকীয়া, সহকাৰী সাধাৰণ সম্পাদিকা হিচাপে শ্যামন্তিকা নমশূদ্ৰ, সাংস্কৃতিক সম্পাদিকা হিচাপে গায়িত্ৰী সোণোৱাল আৰু আলোচনী সম্পাদিকা হিচাপে অৰুণামালি মৰাণ…

৪ / ৫

আনহাতে, তৰ্ক সম্পাদিকা হিচাপে বিস্মিতা মৰাণ, ছাত্ৰী জিৰণি কোঠা সম্পাদিকা হিচাপে মৰমী ৰাজপুত, বহিঃক্ৰীড়া সম্পাদিকা হিচাপে ৰিয়াক্ষী তাঁতী আৰু আভ্যন্তৰীণ ক্ৰীড়া সম্পাদিকা হিচাপে মৌমিতা…

৫ / ৫

নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে বিজয়ী প্ৰাৰ্থীসকলক লৈ মহাবিদ্যালয়ৰ ছাত্ৰীসকলে মূল প্ৰৱেশদ্বাৰৰ পৰা ডিগবৈ চহৰলৈ এক বিজয় সমদল উলিয়ায়।

ডিগবৈ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচন সম্পন্ন, সভানেত্ৰী তনুশ্ৰী চাংমাই আৰু সম্পাদিকা জুপিতৰা গগৈ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক