উত্তৰ-পূৰ্বাঞ্চল

চলচ্চিত্ৰৰ অডিচনৰ প্ৰলোভন: মানৱ সৰবৰাহ চক্ৰৰ কবলৰ পৰা উদ্ধাৰ ত্ৰিপুৰাৰ নাবালিকা

NewzNow · ১৩ নৱেম্বৰ ২০২৬

১ / ৫

চলচ্চিত্ৰত অভিনয়ৰ সুযোগৰ প্ৰলোভনেৰে বেংগালুৰুলৈ নিয়া ত্ৰিপুৰাৰ এগৰাকী নাবালিকাক উদ্ধাৰ কৰি নিৰাপদে ঘৰলৈ ঘূৰাই অনা হৈছে।

২ / ৫

আগৰতলা, ১৩ নৱেম্বৰ: চলচ্চিত্ৰত অভিনয়ৰ সুযোগ দিয়াৰ প্ৰলোভনেৰে বেংগালুৰুলৈ নিয়া ত্ৰিপুৰাৰ এগৰাকী নাবালিকাক সন্দেহজনক মানৱ সৰবৰাহ চক্ৰৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে।

৩ / ৫

প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ১৩ অক্টোবৰত আগৰতলাৰ পৰা নাবালিকাগৰাকী সন্ধানহীন হৈছিল।

৪ / ৫

নাবালিকাগৰাকীয়ে জনোৱা মতে, যাত্ৰাৰ খৰচৰ বাবে তেওঁ নিজৰ সোণৰ চেইন বন্ধকত ৰাখিছিল।

৫ / ৫

বেংগালুৰু বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত এগৰাকী ব্যক্তিয়ে তেওঁক গাড়ীৰে অচিনাকি স্থানলৈ লৈ যায়।

চলচ্চিত্ৰৰ অডিচনৰ প্ৰলোভন: মানৱ সৰবৰাহ চক্ৰৰ কবলৰ পৰা উদ্ধাৰ ত্ৰিপুৰাৰ নাবালিকা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক