লখিমপুৰৰ বগীনদীৰ ১ নং পি জি আৰ ভূমিত শুকুৰবাৰে পুৱাৰে পৰা উচ্ছেদ অভিযান।
চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা হৈছে এই অভিযান।
'বিজেপিয়ে ৰাইজক মিছা কথা কৈ ভোট লৈছে , ভোট নিদিলে উচ্ছেদ কৰিম বুলি কৈ ভোট ল'লে এতিয়া আকৌ উচ্ছেদ কৰি দিছে '।
লখিমপুৰৰ বগীনদীত চলা উচ্ছেদ অভিযানক লৈ এইবাৰ উঠিছে বৈষম্যৰ অভিযোগ।
উচ্ছেদিত লোকসকলৰ অভিযোগ অনুসৰি, বাছি বাছি কেৱল মুছলমান পৰিয়ালসমূহকহে উচ্ছেদ কৰা হৈছে।
newznow.in