অসম

জাগীৰোডত কেইবাটাও দাবীৰে তিৱা সংগঠনৰ গণধৰ্ণা

NewzNow · ১৩ নৱেম্বৰ ২০২৬

১ / ৫

কেইবাটাও দাবীৰে জাগীৰোডত গণধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে তিৱা জনগোষ্ঠীৰ চাৰিটা সংগঠনে।

২ / ৫

জাগীৰোডঃ জাগীৰোডত কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে গণধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে তিৱা জনগোষ্ঠীৰ বিভিন্ন সংগঠনে।

৩ / ৫

জাগীৰোডক টাউন কমিটিলৈ উন্নীত কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।

৪ / ৫

পশ্চিম কাৰ্বি আংলঙৰ থাৰাখুঞ্জি গাঁৱত নিৰ্মাণ কৰিবলৈ লোৱা পাম্প ষ্ট’ৰেজ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবী জনায় সংগঠনকেইটাই।

৫ / ৫

ইয়াৰ উপৰি কাৰ্বি আংলঙত বসবাস কৰা তিৱাসকলক সামৰি এখন আঞ্চলিক পৰিষদ গঠনৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

জাগীৰোডত কেইবাটাও দাবীৰে তিৱা সংগঠনৰ গণধৰ্ণা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক