ৰাজনীতি

কংগ্ৰেছ মানসিকভাৱে দেউলীয়া হৈছে বুলি কটাক্ষ যোগী আদিত্যনাথৰ

NewzNow · ২৬ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কংগ্ৰেছক মানসিকভাৱে দেউলীয়া আৰু বিকৃত বুলি কটাক্ষ কৰিছে।

২ / ৫

এটা ভাষণত যোগীয়ে কয়, মহৰ্ষি বাল্মীকিয়ে দেশক ৰামৰ সৈতে সংযোগ কৰাইছিল আৰু মধ্যযুগত গোস্বামী তুলসীদাসে সেই সম্পৰ্ক আগবঢ়াইছিল।

৩ / ৫

ৰামবিৰোধীসকলে এই কথাটো মানি ল’ব নোৱাৰে বুলিও যোগীয়ে দাবী কৰে।

৪ / ৫

দেশত অসততা, দুৰ্নীতি, অরাজকতা আৰু দেশৰ সুৰক্ষাক লৈ খেলিমেলি কৰাটো যিসকলৰ স্বভাৱ আছিল, তেওঁলোকেই এতিয়া সাংবিধানিক সংস্থাৰ বিৰুদ্ধে কথা কৈছে বুলি যোগীয়ে কয়।

৫ / ৫

ঝান্সীৰ ৰাণী লক্ষ্মীবাই, নানা সাহেব পেশোৱা, তাত্যা টোপে, চন্দ্ৰশেখৰ আজাদ, পণ্ডিত ৰাম প্ৰসাদ বিস্মিল, ঠাকুৰ ৰোশন সিং, আশফাকউল্লা খান, বাবাসাহেব ভীমৰাও আম্বেদকাৰ আৰু সৰ্দাৰ বল্লভভাই পেটেলকো…

কংগ্ৰেছ মানসিকভাৱে দেউলীয়া হৈছে বুলি কটাক্ষ যোগী আদিত্যনাথৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক