১৯ জুলাইৰ প্ৰলয়ংকাৰী বানৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি বৈধ বা অবৈধ কোনো ধৰণৰ শিল-কয়লা খনন কৰিবলৈ দিয়া নহ'ব বুলি সকীয়নি দিছে চিতু বৰুৱাই।
শিৱসাগৰ, ১৩ নৱেম্বৰ:'বৈধ হওঁক বা অবৈধ!
শিল খননেই হওক বা কয়লা খননেই হওক, বৈধ অথবা অবৈধ—কোনো ধৰণৰ খনন কাৰ্য কৰিবলৈ দিয়া নহ'ব বুলি সকীয়নি দিছে চিতু বৰুৱাই।
১৯ জুলাইত হোৱা প্ৰলয়ংকাৰী বানৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি খনন কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে তেওঁ।
কেৱল ৰাস্তা নিৰ্মাণ বা নগৰত উৰণ সেতু নিৰ্মাণ কৰিলেই দেশৰ প্ৰকৃত উন্নয়ন বুলি ক'ব নোৱাৰি বুলিও মন্তব্য কৰে বৰুৱাই।
newznow.in