অসম

আইতাকৰ শেষকৃত্যত অংশ ল’বলৈ অমৃতপাল সিঙক এদিনৰ অন্তৱৰ্তীকালীন জামিন

NewzNow · ১৩ নৱেম্বৰ ২০২৬

১ / ৫

আইতাক চৰণ কৌৰৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী অমৃতপাল সিঙক এদিনৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে অমৃতসৰৰ এখন আদালতে।

২ / ৫

অমৃতসৰ, ১৩ নৱেম্বৰ: আইতাক চৰণ কৌৰৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী খডুৰ চাহিবৰ সাংসদ অমৃতপাল সিঙক এদিনৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে অমৃতসৰৰ এখন…

৩ / ৫

১৪ নৱেম্বৰত আইতাকৰ শেষকৃত্যত অংশ ল’ব পাৰিব অমৃতপাল সিঙে।

৪ / ৫

অমৃতপাল সিঙৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰাৰ ইচ্ছা প্ৰকাশ কৰি পৰিয়ালে আদালতৰ পৰা সাময়িক সকাহ বিচাৰিছিল।

৫ / ৫

অমৃতপাল সিঙৰ খুৰাক হৰজিত সিঙক তিনি দিন আৰু আন এগৰাকী আত্মীয় সুখমন সিঙক দুদিনৰ বাবে সাময়িক জামিন প্ৰদান কৰা হৈছে।

আইতাকৰ শেষকৃত্যত অংশ ল’বলৈ অমৃতপাল সিঙক এদিনৰ অন্তৱৰ্তীকালীন জামিন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক