দেশ

ৰসগোল্লা মুখত দিয়াৰ লগে লগে বিস্ফোৰণ! মৃত্যু যুৱক

NewzNow · ১৩ নৱেম্বৰ ২০২৬

১ / ৫

মধ্যপ্ৰদেশৰ ডিণ্ডোৰীত বোমা লুকুৱাই থোৱা ৰসগোল্লাত কামোৰ দিয়াত ৩৫ বছৰীয়া ৰাজেন্দ্ৰ বৰৌতীয়াৰ মৃত্যু হয়।

২ / ৫

ডিণ্ডোৰী, ৩ নৱেম্বৰ: ৰসগোল্লাৰ ভিতৰত লুকুৱাই থোৱা দেশীয় বোমা মুখৰ ভিতৰতে বিস্ফোৰণ ঘটাত ৩৫ বছৰীয়া এজন যুৱকৰ মৃত্যু হৈছে।

৩ / ৫

নিহত যুৱকজনৰ নাম ৰাজেন্দ্ৰ বৰৌতীয়া।

৪ / ৫

কিছু সময় কথা পতাৰ পাছত ৰামভগতে ৰাজেন্দ্ৰৰ হাতত এটা ৰসগোল্লা তুলি দিয়ে।

৫ / ৫

আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে, বনৰীয়া গাহৰি চিকাৰৰ বাবে ব্যৱহাৰ কৰা এটা দেশীয় বোমা ৰসগোল্লাটোৰ ভিতৰত লুকুৱাই থোৱা হৈছিল।

ৰসগোল্লা মুখত দিয়াৰ লগে লগে বিস্ফোৰণ! মৃত্যু যুৱক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক