গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত নিৰ্মীয়মাণ বিশ্ববিদ্যালয়খনৰ প্ৰায় ২৫ৰ পৰা ৩০ শতাংশ কাম সম্পূৰ্ণ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জনায়।
গুৱাহাটী, ১৩ নৱেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত নিৰ্মীয়মাণ শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ কামৰ অগ্ৰগতি পৰ্যালোচনা কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, বিশ্ববিদ্যালয়খনৰ নিৰ্মাণকাৰ্যৰ প্ৰায় ২৫ৰ পৰা ৩০ শতাংশ কাম সম্পূৰ্ণ হৈছে।
পৰ্যালোচনাৰ সময়ত শৈক্ষিক ভৱন, ছাত্ৰ আৰু ছাত্ৰীৰ ছাত্ৰাবাস তথা আৱাসিক সুবিধাৰ নিৰ্মাণ ত্বৰান্বিত কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।
বিশ্ববিদ্যালয়খনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্মাণৰ বাবে বিশদ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ লগতে ইয়াক সেউজ আৰু বহনক্ষম চৌহদ হিচাপে গঢ়ি তোলাৰ এক সামগ্ৰিক পৰিকল্পনা তৈয়াৰ কৰিবলৈও…
newznow.in