অসম

১৫ জানুৱাৰীৰ ভিতৰত কৃষক পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ নিৰ্দেশ পীযুষ হাজৰীকাৰ

NewzNow · ১৩ নৱেম্বৰ ২০২৬

১ / ৫

লখিমপুৰত কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ ৮১ শতাংশ সম্পূৰ্ণ হোৱাত ১৫ জানুৱাৰীৰ ভিতৰত দৈনিক কমেও ৪০০জন কৃষকৰ পঞ্জীয়ন সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই।

২ / ৫

লখিমপুৰ: কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে লখিমপুৰ জিলা ভ্ৰমণ কৰি কেইবাটাও কৃষি প্ৰকল্প পৰিদৰ্শন কৰে।

৩ / ৫

বৈঠকত লখিমপুৰ জিলাত কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ নিৰ্ধাৰিত লক্ষ্যৰ ৮১ শতাংশ সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰা হয়।

৪ / ৫

বৈঠকত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, সাৰ বিতৰণ ব্যৱস্থা, ধান খেতিয়কসকলক ন্যূনতম সমৰ্থন মূল্যৰ প্ৰমাণ-পত্ৰ প্ৰদান, মাখানা খেতি, তৈল খেজুৰৰ সম্প্ৰসাৰণ, তামোল-নাৰিকলৰ পুলি বিতৰণ আৰু জলসিঞ্চন…

৫ / ৫

ভ্ৰমণৰ আৰম্ভণিতে মন্ত্ৰী হাজৰীকাই ২ নং বকানলাৰ কৃষক পংকজ বৰাৰ তৈল খেজুৰ বাগিচা পৰিদৰ্শন কৰি ফচল চপোৱা কাৰ্যসূচীত অংশ লয়।

১৫ জানুৱাৰীৰ ভিতৰত কৃষক পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ নিৰ্দেশ পীযুষ হাজৰীকাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক